নিজান নদীৰ পাৰ
তোমাৰ বুকুৰ সেউজীয়া সেই সপোনবোৰৰ কথা
কবা বুলি সদায় মই তোমাৰ অপেক্ষাত থাকো
কিন্তু মই তোমাক কাষত নাপাওঁ।
যেতিয়া কাষত নাপাওঁ
সেই মুহূৰ্ততে মই এক নিজান নদীৰ পাৰত
নদীৰ সতেই কথা পাতো।
মোৰ আবেগ,অনুভূতি
মৰমৰ এক এনাজৰীৰ কথা।
আপোন আৰু হৃদয়হীন দিনবোৰৰ কথা
এই দিনবোৰৰ মাজতে আছে এক
হৃদয়ৰ সেউজীয়া সপোন
এই সপোন এক সুন্দৰ বাঁহীৰ সুৰৰ দৰে।
আহিবানে তুমি মোৰ কাষলৈ এবাৰ
মোৰ সেউজীয়া হৃদয়ৰ সপোনবোৰ
তোমাৰ হিয়াৰ ভিতৰত লিখিবলৈ।
Premor Kobita Images -
কবা বুলি সদায় মই তোমাৰ অপেক্ষাত থাকো
কিন্তু মই তোমাক কাষত নাপাওঁ।
যেতিয়া কাষত নাপাওঁ
সেই মুহূৰ্ততে মই এক নিজান নদীৰ পাৰত
নদীৰ সতেই কথা পাতো।
মোৰ আবেগ,অনুভূতি
মৰমৰ এক এনাজৰীৰ কথা।
আপোন আৰু হৃদয়হীন দিনবোৰৰ কথা
এই দিনবোৰৰ মাজতে আছে এক
হৃদয়ৰ সেউজীয়া সপোন
এই সপোন এক সুন্দৰ বাঁহীৰ সুৰৰ দৰে।
আহিবানে তুমি মোৰ কাষলৈ এবাৰ
মোৰ সেউজীয়া হৃদয়ৰ সপোনবোৰ
তোমাৰ হিয়াৰ ভিতৰত লিখিবলৈ।
Premor Kobita Images -
🤗🤗🤗
ReplyDelete