চিঠি - ৮

কলিজাৰ কানন পৰশি গানৰ
 চৰাই উৰিছে
পুলকিত পৰাণৰ শ্যামল বেদিত 
শেৱালি সৰিছে
সৌৱা চিত-মতলীয়া বতাহ
বলিছে।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন