ৰামধেনু

তুমি যেতিয়া নিঃসংগতাক সাবটিবা
মই শব্দ হৈ পৰশিম……. 
উদাসীনতাৰ এবুকু নীৰৱতা
সিঁচি দিম তোমাৰ চৌপাশত,
মনৰ পজাটো ভাগি চৰাই উৰি গল…. 
নীল গগনৰ সীমনালৈ, 
সপোনৰ পজাতি সাজি, আশাঁৰ ৰেঙণি আঁকি..
ৰামধেণুৰ সাতৰঙীণ এখনি ধুনিয়া চবি।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

যুগজিতা বান্ধোন