দিগন্ত

মৰহা পাপৰি আজি ডাৱৰত আঁকো আহা, প্ৰহেলিকাৰ গাঁঠি খুলি নীলাখিনিও মচো, স্মৃতিৰ জোঁটখিনি ইয়াতে সজাও থাকি যোৱা মুকুটাৰে মালা গাঁঠি পেলাওঁ... যৌৱনৰ যমুনাত পাখি মাৰি উজাই, নতুনকৈ ৰং সানো গাত গা লগাই মথাউৰী বগাই ।।। Premor kobita Images-
Premor Kobita (প্ৰেমৰ কবিতা) ৱেবচাইটৰ যোগেদি আজিৰ এই জটিল প্ৰেক্ষাপটত অসমীয়াৰ স্বাভিমান,কৃষ্টি-সংস্কৃতি, মাতৃভাষা,সাহিত্য আদিক সুস্থ ৰূপত জীয়াই ৰাখিবলৈ এটি সৰু প্রয়াস কৰা হৈছে । ইয়াত অসমীয়া ভাষাত লিখিত যথেষ্টখিনি সুন্দৰ ৰোমাণ্টিক কবিতা আৰু হৃদয়স্পৰ্শী চিঠিৰ স্তৱক উপলব্ধ।