দিগন্ত

মৰহা পাপৰি আজি ডাৱৰত আঁকো আহা,
প্ৰহেলিকাৰ গাঁঠি খুলি নীলাখিনিও মচো,
স্মৃতিৰ জোঁটখিনি ইয়াতে সজাও
থাকি যোৱা মুকুটাৰে মালা গাঁঠি পেলাওঁ...
যৌৱনৰ যমুনাত পাখি মাৰি উজাই,
নতুনকৈ ৰং সানো গাত গা লগাই
মথাউৰী বগাই ।।।

Premor kobita Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন