চিঠি - 2

পুৱঁতি পুৱাতেই
ঘূৰিবা
একেলগে শেৱালি
বুটলিম,
পাহিবোৰ লেখি 
লেখি
নিয়ৰত সেমেকি
সেমেকি ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন