চিঠি - 9

কেঁচা টোপনিৰ বিৰক্তিৰে শুবলৈ লওঁতেই
চাৰিওফালৰ পৰা
আধাফুটা মাত
কত পুৰুষীয়া সেইবোৰ লোহা যেন কাঠ
কেনেকৈ ঘূণে তাত
বহুৱালে দাঁত!

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন