প্ৰেম
অলকাই আমনি কৰিছে
চকুযুৰি দেখা নাই,
উজ্জলতাৰ পৰশ পৰিছে
গালত।
কুণ্ডলে ভেকাচন ভাঙিছে
কৰ্ণজুৰি দেখা নাই,
স্পন্দন ক্ষীপ্ৰতৰ হৈছে
জুনুকাৰ মাতত।
লজ্জিত চকুযুৰি তললৈ নামিছে
উঠদুটি দেখাৰ ভয়ত,
শব্দৰ যোথবোৰে অভিনয় কৰিছে
নিশাচৰী প্ৰেমৰ ভাঁজত।
মোহময়ী ৰূপটোৱে ফুল ফুলাইছে
ভাৱনাৰ শেষ হোৱা নাই,
অভিমানৰ মালাগাঁঠি প্ৰেমৰ যমুনা বব
ভালপোৱা জনম জনম ।
Premor Kobita Images -
চকুযুৰি দেখা নাই,
উজ্জলতাৰ পৰশ পৰিছে
গালত।
কুণ্ডলে ভেকাচন ভাঙিছে
কৰ্ণজুৰি দেখা নাই,
স্পন্দন ক্ষীপ্ৰতৰ হৈছে
জুনুকাৰ মাতত।
লজ্জিত চকুযুৰি তললৈ নামিছে
উঠদুটি দেখাৰ ভয়ত,
শব্দৰ যোথবোৰে অভিনয় কৰিছে
নিশাচৰী প্ৰেমৰ ভাঁজত।
মোহময়ী ৰূপটোৱে ফুল ফুলাইছে
ভাৱনাৰ শেষ হোৱা নাই,
অভিমানৰ মালাগাঁঠি প্ৰেমৰ যমুনা বব
ভালপোৱা জনম জনম ।
Premor Kobita Images -
Good 👌👌👌
ReplyDelete👍💯
ReplyDelete👌👌👌
ReplyDelete👌👌
ReplyDelete