অতীতৰ স্মৃতি
মোৰ সেই এৰি অহা দিনবোৰ
নদীৰ গৰাহত খহি যোৱা,
এচপৰা মাটিৰ দৰে...
কোনে জানে ???
মই কেতিয়াবা অধৈৰ্য হৈ পৰো,
মোৰ সেই অকলশৰীয়া জীৱনটোক লৈ
মই এতিয়া পাহৰিব খোজো...
সেই স্মৃতিবোৰ...।।
অ' মোৰ কিন্তু এতিয়া ভাল লাগে,
মই যে নিসংগতাক সংগী কৰিছোঁ,
হয়তো ই হব পাৰে
মোৰ অনাগত দিনবোৰৰ
দুখৰ অথবা সুখৰ ৰেঙনি ।।
Premor Kobita Images -
নদীৰ গৰাহত খহি যোৱা,
এচপৰা মাটিৰ দৰে...
কোনে জানে ???
মই কেতিয়াবা অধৈৰ্য হৈ পৰো,
মোৰ সেই অকলশৰীয়া জীৱনটোক লৈ
মই এতিয়া পাহৰিব খোজো...
সেই স্মৃতিবোৰ...।।
অ' মোৰ কিন্তু এতিয়া ভাল লাগে,
মই যে নিসংগতাক সংগী কৰিছোঁ,
হয়তো ই হব পাৰে
মোৰ অনাগত দিনবোৰৰ
দুখৰ অথবা সুখৰ ৰেঙনি ।।
Premor Kobita Images -
Wow
ReplyDeleteAwesome
ReplyDelete😘
ReplyDelete