উৰা মাৰে উন্মাদ মন
তোমাৰ নামতেই
আশাৰ বন্তি জ্বলাই
সজাল কঠিয়াৰ মনপুহি ধান সিঁচি দিলোঁ।
বাৰিষাৰ মূলধাৰ বৰষুণ হৈ শাওন নামে,
ধুই নিয়ে উদং পথাৰৰ উপেক্ষাৰ যান্ত্ৰণা।
হালোৱা ককাইৰ নাঙলৰ মুঠিত
সাৰ পাই উঠে মোৰ
ভৱিষ্যতৰ জোনাকী স্বপ্ন,
ৰামধেনুত ৰং বুলোৱা ৰাংঢালী ৰোৱনীজনীয়েও
গুজি দিয়ে আশাৰ কঠীয়া,
উদং প্ৰকৃতিৰ বুকু সোৱাই দেখা দিয়ে
প্ৰেমিকৰ সেউজীয়া সম্ভাৱনা।
Premor Kobita Images -
আশাৰ বন্তি জ্বলাই
সজাল কঠিয়াৰ মনপুহি ধান সিঁচি দিলোঁ।
বাৰিষাৰ মূলধাৰ বৰষুণ হৈ শাওন নামে,
ধুই নিয়ে উদং পথাৰৰ উপেক্ষাৰ যান্ত্ৰণা।
হালোৱা ককাইৰ নাঙলৰ মুঠিত
সাৰ পাই উঠে মোৰ
ভৱিষ্যতৰ জোনাকী স্বপ্ন,
ৰামধেনুত ৰং বুলোৱা ৰাংঢালী ৰোৱনীজনীয়েও
গুজি দিয়ে আশাৰ কঠীয়া,
উদং প্ৰকৃতিৰ বুকু সোৱাই দেখা দিয়ে
প্ৰেমিকৰ সেউজীয়া সম্ভাৱনা।
Premor Kobita Images -
Wow
ReplyDelete