চিঠি - ৭

ঢল-পুৱাতে নিহালি
নেওচি
কেঁহেৰাজ বৰণীয়া চাহৰ
বাটিতো
উদৰ পূৰাই ঢোকা ঢোকে
গিল
শাত পেলাই ল কলিজাৰ
জুই।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন