ৰুণজুন

উকা উকা পদূলিত
ধুঁৱলি কুঁৱলী গধূলিত
ল' মোৰ ৰজনীগন্ধাৰ গোন্ধ,
টেঙেচি টেঙাৰ গুলপীয়া ফুল
নাৰিকলৰ চুকুৰাৰ কাতিমহীয়া জোন
স্নিগ্ধতাৰ সুৰীয়া গান মোৰ শুন 
শীতল মলয়া মোৰ ঐ ৰুণজুন।

Premor Kobita Hd Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন