ফুলাম

কিনো যাদু আছে 
তোমাৰ দেউলগা হাতত
এৰি গলা মই এৰিব পৰা নাই
কিনো মায়া আছে 
তোমাৰ মৌপিয়া মাতত
ঘোৰ নিদ্ৰাটো তাকে শুনা পাওঁ।
তোমাক
সজালে সাজোঁন
পিন্ধালে কাঁচিজোন
নূপুৰে বাজে ঝুনুক ঝুনুক।


Premor Kobita Hd Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন