এন্ধাৰ হৈ গল

নান্নং-নবস্ত্ৰ‌ং
গলিটোলৈ সোমাই যোৱা
ছোৱালীজনীক ---
এতিয়া আৰু চিনিব নোৱাৰি
তাই এন্ধাৰত এন্ধাৰ হৈ গ'ল।
ঢিমিক-ঢামাক চাকিৰ পোহৰে
আৰু পোহৰাব নোৱাৰে
তাইৰ লাজ।
জেং-জাবৰ দি
বাৰুকৈয়ে পুতি থলে
বহাগ অহাৰ বাট ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন