চিঠি - ১০

তোমাৰ
জিলিকি উঠা পদুমৰ
ৰঙীন পাখিতি
হেৰুৱালে
মোৰো বোলছবি বুলোৱা
হেঙুল মনটোত দুখে
আছাৰকণি মাৰে।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন