দিবাস্বপ্ন
কল্পনা এক সাগৰ
আকৌ অবাস্তৱ কল্পনা অৰ্থহীন,
এই সকলো জানিও আজি মই
কৰিছোঁ কল্পনা।
দিবাস্বপ্ন এক মনৰ সান্তনা মাথোন
এই অবাস্তৱ স্বপ্ন
নহয় কেতিয়াও বাস্তবময়।
সকলো জনাৰ পাছতো
আজি মই তোমাৰ প্ৰেমত অন্ধ...
সময় বাগৰি গল
তুমিও হলা বহু পৰিৱৰ্তন
মই তোমাক চিনিবই নোৱাৰিলোঁ
তুমি কেনেকৈ মোৰ পৰা আঁতৰি গলা
নৈৰ কোবাল সোঁতে
সৰু সৰু বালিঘৰবোৰ
ভাঙি নিয়াৰ দৰে...।
তুমিও মোৰ হৃদয়ৰ
সৰু আশাৰ পজাতি ভাঙি...
তথাপি মই ভাগি নপৰিলোঁ
তোমাৰ সতে মোৰ এই
ধৰি ললোঁ এক দিবাস্বপ্ন বুলি।
Premor Kobita Images -
আকৌ অবাস্তৱ কল্পনা অৰ্থহীন,
এই সকলো জানিও আজি মই
কৰিছোঁ কল্পনা।
দিবাস্বপ্ন এক মনৰ সান্তনা মাথোন
এই অবাস্তৱ স্বপ্ন
নহয় কেতিয়াও বাস্তবময়।
সকলো জনাৰ পাছতো
আজি মই তোমাৰ প্ৰেমত অন্ধ...
সময় বাগৰি গল
তুমিও হলা বহু পৰিৱৰ্তন
মই তোমাক চিনিবই নোৱাৰিলোঁ
তুমি কেনেকৈ মোৰ পৰা আঁতৰি গলা
নৈৰ কোবাল সোঁতে
সৰু সৰু বালিঘৰবোৰ
ভাঙি নিয়াৰ দৰে...।
তুমিও মোৰ হৃদয়ৰ
সৰু আশাৰ পজাতি ভাঙি...
তথাপি মই ভাগি নপৰিলোঁ
তোমাৰ সতে মোৰ এই
ধৰি ললোঁ এক দিবাস্বপ্ন বুলি।
Premor Kobita Images -
Love
ReplyDeleteIt's good
ReplyDelete