প্ৰেমৰ ফিৰিঙতি

হৃদয়ৰ কোনোবা কেঁকুৰিত কুলিয়ে মাতিছে
এদিন, দুদিন,বহুদিন...
তুমি হাঁহিলে কৃষ্ণচূড়া ফুলে
মাতত জীপাল আশাবোৰ দোলে
তোমাৰ কজলাদেহা অজলাভাষা
আৰু এই ৰিব ৰিব বতাহজাকত
আঁচলত বন্ধা শব্দই লাহৰি সুহুৰি মাৰে
এদিন,দুদিন,বহুদিন...

Premor Kobita Images -


Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন