হেঁতেলীয়া সপোন
মনত ফাগুনৰ বতাহ বলে
তোমালৈ যেতিয়া মনত পৰে,
পলে পলে, ক্ষণে ক্ষণে ।
কিয় বাৰু নুবুজা মোৰ হৃদয় ভাষা ?
কিয় বাৰু নুবুজা মোৰ বুকুৰ বেথা ?
সেউজীয়া সপোন এটা যে সাৱটি আছোঁ মই... ।
ৰৈ আছোঁ তোমাৰ বাবে
তুমি আহাচোন মোৰ কাষলৈ,
জুমি চোৱা এবাৰ বুকুৰ পজা
তেতিয়াহে বুজিবা হৃদয়ৰ ভাষা
নাজানো,কিয় তুমি থাকা দুৰে দূৰে...।
মনেচোন নামানে মোৰ
মনেচোন নুবুজে মোৰ...
নদী হৈ বৈ আছা তুমি
মোৰ মনৰ মাজত
চেঙেলীয়া সপোন এটা বগাই ফুৰিছে...
মোৰ দেহৰ ভাজত ।
Premor Kobita Images -
তোমালৈ যেতিয়া মনত পৰে,
পলে পলে, ক্ষণে ক্ষণে ।
কিয় বাৰু নুবুজা মোৰ হৃদয় ভাষা ?
কিয় বাৰু নুবুজা মোৰ বুকুৰ বেথা ?
সেউজীয়া সপোন এটা যে সাৱটি আছোঁ মই... ।
ৰৈ আছোঁ তোমাৰ বাবে
তুমি আহাচোন মোৰ কাষলৈ,
জুমি চোৱা এবাৰ বুকুৰ পজা
তেতিয়াহে বুজিবা হৃদয়ৰ ভাষা
নাজানো,কিয় তুমি থাকা দুৰে দূৰে...।
মনেচোন নামানে মোৰ
মনেচোন নুবুজে মোৰ...
নদী হৈ বৈ আছা তুমি
মোৰ মনৰ মাজত
চেঙেলীয়া সপোন এটা বগাই ফুৰিছে...
মোৰ দেহৰ ভাজত ।
Premor Kobita Images -
Great
ReplyDeleteWow
ReplyDelete