চিঠি - ৬

তুমি মোৰ কবিতা পঢ়া নাই
কেনেকৈ পঢ়িবা ?
অনুবাদৰ অংকটোৱে ভুল হল 
আঁহতৰ তলত বহা নাই
কেনেকৈ বহিবা ?
ৰোমালত চেনী থোৱাই ভুল হল ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন