ৰোগ
ক'ত থমকি ৰ'ল সুবাস তোমাৰ
তোমাৰ মুখৰ গোলাপী হাঁহি
আৰু সূৰ্যমুখী কণ্ঠ,
তোমাৰ সুবাস স্বপ্নত পালেও
সাৰে থাকোঁ মই
কিজানিবা সেয়া তুমি...
ক'ত থমকি ৰ'ল জীৱন তোমাৰ
এটি মধুৰ আৱেশ ভৰা শব্দ
আৰু ভালপোৱা আমাৰ,
তোমাৰ ভুৱন ভুলোৱা হাঁহিৰ আভাষ পালেও
নিজতে হেৰাও মই
কিজানিবা সেয়া মই বিহীন তুমি...
প্ৰকৃতিৰ অপাৰ মহিমা
ডিঙি মেলি মেলি চাওঁ
এসাগৰ সাঁচি ৰখা মৰম আৰু সহস্ৰ দুখ
বুকুখন গধুৰ হৈছে বিলাবও মন নাই
পৃষ্ঠাবোৰ খুলি কত গলা হে
শব্দ তুমি ???
Premor Kobita Images -
তোমাৰ মুখৰ গোলাপী হাঁহি
আৰু সূৰ্যমুখী কণ্ঠ,
তোমাৰ সুবাস স্বপ্নত পালেও
সাৰে থাকোঁ মই
কিজানিবা সেয়া তুমি...
ক'ত থমকি ৰ'ল জীৱন তোমাৰ
এটি মধুৰ আৱেশ ভৰা শব্দ
আৰু ভালপোৱা আমাৰ,
তোমাৰ ভুৱন ভুলোৱা হাঁহিৰ আভাষ পালেও
নিজতে হেৰাও মই
কিজানিবা সেয়া মই বিহীন তুমি...
প্ৰকৃতিৰ অপাৰ মহিমা
ডিঙি মেলি মেলি চাওঁ
এসাগৰ সাঁচি ৰখা মৰম আৰু সহস্ৰ দুখ
বুকুখন গধুৰ হৈছে বিলাবও মন নাই
পৃষ্ঠাবোৰ খুলি কত গলা হে
শব্দ তুমি ???
Premor Kobita Images -
Very Good
ReplyDelete