আশা যেন ভাষা
জিৱনৰ এই শূণ্যতাৰ মাজত
সুখৰ সন্ধান বিচাৰি
দৌৰি ফুৰো কিছুমান মৰীচিকা সদৃশ
আশাৰ পাছত।
কিন্তু সেই আশা কেতিয়াও
বাস্তৱত পৰিণত নহয়।
এসময়ত ভাগৰি পৰো
এই মৰীচিকা সদৃশ আশাৰ
পাছত দৌৰি দৌৰি।
যেনেদৰে বাৰিষাৰ প্ৰচণ্ড রূপ ধৰি থকা
নৈ খন খৰালি শান্ত হৈ পৰে,
তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি
এসময়ত ক্লান্ত হৈ পৰোঁ।
আৰু এসময়ত এনে লাগে যেন
সকলো অৰ্থহীন।
Premor Kobita Hd Images-
সুখৰ সন্ধান বিচাৰি
দৌৰি ফুৰো কিছুমান মৰীচিকা সদৃশ
আশাৰ পাছত।
কিন্তু সেই আশা কেতিয়াও
বাস্তৱত পৰিণত নহয়।
এসময়ত ভাগৰি পৰো
এই মৰীচিকা সদৃশ আশাৰ
পাছত দৌৰি দৌৰি।
যেনেদৰে বাৰিষাৰ প্ৰচণ্ড রূপ ধৰি থকা
নৈ খন খৰালি শান্ত হৈ পৰে,
তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি
এসময়ত ক্লান্ত হৈ পৰোঁ।
আৰু এসময়ত এনে লাগে যেন
সকলো অৰ্থহীন।
Premor Kobita Hd Images-

Comments
Post a Comment