চিঠি - ১৮

যিজাক প্ৰেমাদ বৰষুণত তিতিব
সেউজ শীতলটো
যন্ত্ৰণাৰ সাগৰতো ,
যি সাঁকোয়েদি হৃদয় বগাব
অচিনাকি ঘাটতো
ধুমুহাৰ মাজতো।

Premor Kobita Hd Images-

Comments

Post a Comment