দীপ-শিখা

কালজয়ী সাধনাক
বুকুত সাৱটি
অন্তৰৰ কলুষ কালিমা 
অসীম সাহসেৰে ধুই নিলা
জ্ঞানৰ দীপ্তিৰে তোমাৰ,
ৰঙৰ পোহাৰ মেলি
আশাৰ ৰেঙনি তুলি
নতুনে ভুমুকি মাৰিলে 
ন গীত গাই
পুনৰাই দীপ-শিখা জ্বলাই।

Premor Kobita Hd Images-


Comments

Post a Comment

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন