অংকুৰ

আনন্দৰ যত গৰিমা
অতীত জীৱনৰ তত' কালিমা
কথা কবলৈ মোৰ ভাষা নাই,
তাইক আকৌ এবাৰ 
স্পৰ্শ কৰিলোঁ অভিমানেৰে,
অস্তগামী সুৰুযৰ
ৰাঙলী আভাৰে উদ্ভাসিত
তাইক চাই চাই যেন 
হেঁপাহ নপলায়,
আজিও অযুত হেঁপাহ
নিভাঁজ মৰমৰ ।

Premor Kobita Hd Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন