নিয়তি

একবিংশ শতিকাত
লৈছো হাতত তুলি
জীৱনৰ ভঙা বীণ
কৰুণ কবিতা গীতত গাম
নিমাত বিশ্বৰ সংগীহীন জীৱনৰ
বীনখনেই মোৰ অমূল্য ধন
বজাম ভগা বীণ উঠিব কৰুণ সুৰ 
তাতেই হব মোৰ বেদনা দূৰ ।

Premor Kobita Hd Images-


Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন