চিঠি - ২০

সপোনৰ ৰুৱা-কামি বুটা-বুটা তুলি
যাবলৈ ওলালি যদি যা আক'
নপঢ়ো আৰু তৰাফুলীয়া আকাশৰ বাতৰি
ৰিহাৰ আঁচলত বান্ধি থোৱা অভিশপ্ত গধূলি ।

Premor Kobita Hd Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন