মা
মা তুমি অনন্ত
তোমাতেই জীৱন,
মা তুমি বসন্ত
চুই যোৱা হৃদয়,
তুমি বিন পৃথিৱী অৰ্থহীন
তুমি বিন আমি শব্দহীন
সান্তনা দি উমলোৱা তুমি
যান্ত্ৰণা দি তোমাক সোধে
কোন তুমি?
কান্দোনত প্ৰথম শব্দ তুমি
বান্ধোনতো গুৰিধৰা তুমি।
কোলা তোমাৰ টোপনি মোৰ
কষ্ট তোমাৰ হাঁহি মোৰ,
সেয়ে তুমি জীৱনৰ প্ৰথম গুৰু
অন্য সকলো তোমাৰ মানত সৰু,
উৎসৰ্গিত সকলো চৰণত তযু
সেয়ে প্ৰথমে তোমাকে ভজো।
Premor Kobita Hd Images-
তোমাতেই জীৱন,
মা তুমি বসন্ত
চুই যোৱা হৃদয়,
তুমি বিন পৃথিৱী অৰ্থহীন
তুমি বিন আমি শব্দহীন
সান্তনা দি উমলোৱা তুমি
যান্ত্ৰণা দি তোমাক সোধে
কোন তুমি?
কান্দোনত প্ৰথম শব্দ তুমি
বান্ধোনতো গুৰিধৰা তুমি।
কোলা তোমাৰ টোপনি মোৰ
কষ্ট তোমাৰ হাঁহি মোৰ,
সেয়ে তুমি জীৱনৰ প্ৰথম গুৰু
অন্য সকলো তোমাৰ মানত সৰু,
উৎসৰ্গিত সকলো চৰণত তযু
সেয়ে প্ৰথমে তোমাকে ভজো।
Premor Kobita Hd Images-
Maaa
ReplyDelete