চিঠি ২৪

পুৱতি পুৱাতে আঘোণৰ ৰ'দটি
ওলাইছে ক'ত
কাঁচিখন লৈ ?
ঠেঁটুৱৈ ধৰা প্ৰভাতী
হিমযেন কুঁৱলী
পৰিছে ক'ত
শীতমাহ হৈ ?
সোণগুটি জোকা অলসোৱা দেহা
পিঠাসনা বোকা
সানিছাঁ ক'ত
মতলীয়া হৈ ?

Premor Kobita Images-


Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন