অনুভৱ

অনুভৱ আজি মোৰ
মই আতঁৰিলে
যদি তোমাৰ জীৱনলৈ
                 সুবাস আহে ! 
গান হৈ নিগৰে
             ওঠৰ ভাষা 
ন-সপোন ওমলে
             হিয়াৰ পাহিত,
গুচি যাম মই
পৃথিবীৰ শেষ সিমালৈ
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা 
             এখন জীৰ্ণ ৰেলত উঠি! 
দুহাতৰ মুঠিত লৈ 
               তোমাৰ স্মৃতিৰ পাপৰি…..

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন