অনুপম এইবেলি

ধুৱলী কুঁৱলীত 
এই চাদৰখনে চৌদিশে ডেউকা মেলিছে
আৱৰি ধৰিছে 
শীতৰে সেমেকা সেউজিবোৰৰ কঁপনি উঠিছে
হেৰাইছা তুমিও
হাত মেলিও পোৱা নাই স্মৃতিবোৰ আজি শূন্য
পাইছোঁ মাথোঁ
পাৰিজাত তুমি মেলি থোৱা কেশৰৰ গোন্ধ ।

Premor Kobita Images -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন