জোনবিৰি
মই সময় হৈ যাওঁ তুমি এটি ক্ষণ হোৱা,
মই তোমাৰ মাজত হেৰাই যাওঁ
তুমি মোৰ মাজত হেৰাই যোৱা।
যদি সফল হয় বুকুত সাঁচি ৰখা এটি আশা
মোৰ অনুমতি নোলোৱাকৈয়ে
যদি তুমি আহি সাবটি লোৱা
সুগন্ধি হৈ তোমাৰ উশাহত বিয়পি পৰিম
প্ৰশান্তি হৈ তোমাৰ হৃদয় পৰশিম….
দুচকু মুদি অনুভৱ কৰাচোন
আঁতৰত থাকিও তোমাৰ দুচকুত ভাহিম…..
Premor Kobita Images -
মই তোমাৰ মাজত হেৰাই যাওঁ
তুমি মোৰ মাজত হেৰাই যোৱা।
যদি সফল হয় বুকুত সাঁচি ৰখা এটি আশা
মোৰ অনুমতি নোলোৱাকৈয়ে
যদি তুমি আহি সাবটি লোৱা
সুগন্ধি হৈ তোমাৰ উশাহত বিয়পি পৰিম
প্ৰশান্তি হৈ তোমাৰ হৃদয় পৰশিম….
দুচকু মুদি অনুভৱ কৰাচোন
আঁতৰত থাকিও তোমাৰ দুচকুত ভাহিম…..
Premor Kobita Images -
Comments
Post a Comment