অস্তিত্ব

মনবোৰ মলয়াত উৰি যোৱা হলে
     তেজসনা কলিজাটো কুঁহিপাত ওলোৱা হলে
চকুপানীৰ চিয়াঁহীত সাঁতুৰিব পৰা হলে
    বিৰহৰ ৰাতিটো অন্ধকাৰ নোহোৱা হলে 
ময়ো থাকিলোঁ হেতেন
     বিৰিখৰ ডালে ডালে
           কুলিৰ মাতে মাতে । 


Premor Kobita Hd Photos -

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন