চিঠি - ২৯

দুৰ্য্য নিশা
প্ৰবল ধুমুহাত হাতে হাত ধৰিম,
যদি বৰষুণ আহে একেলগে তিতিম,
দুখ আহক বা সুখ
মৃত্যুৰ পাছতো 
আন্ধাৰত মই জোনাকী পৰুৱা হৈ
বেদনা কাঢ়িম । 

Premor Kobita Images -


Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন