চিঠি - ২২

ফাগুন আহে পছোৱা বলে
লুইতৰ বুকুত ঝাওবন হালে
মদাৰে আজাৰে বেজাৰ কৰে
লঠঙা সাজেৰে কেনেকৈ নাচে ।

Premor Kobita Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন