Posts

Showing posts from March, 2020

হেঙুল

Image
এখন্তেক ৰোৱা,পিছফালে চোৱা উৰণীয়া কল্পনাৰ সপোন ৰেখাৰে ছবিখনি আঁকা উৰুঙা পজাত বহি উৰুকাৰ নিশা । কোৱাচোন শুনো,ফুলৰ ৰেণু উকা ফুলৰ গামোচাৰ কেনেকৈ পাতো তুমিয়ে কোৱা জোনবিৰিৰ ছবিটি আজি কেনেকৈ পাহৰো। Premor Kobita Images-

কাঞ্চন

Image
বাহু মেলিছে মোৰ  শোণীমা কুমলীয়া পাহিটিয়ে প্ৰভঞ্জনত লৰিছে লাহী দেহা, হাউলিছে কুঞ্জলক মোৰ আজিৰ অভিমান কাইলৈৰ আশা, মৰহিম এদিন ময়ো চিৰদিন নাথাকে এই ৰমণীয় গোন্ধ ফুলিব দিয়া মোক  কলিতেই নলগাবা লাঞ্ছন ঐ কাঞ্চন । Premor Kobita Images-