হেঙুল

এখন্তেক ৰোৱা,পিছফালে চোৱা
উৰণীয়া কল্পনাৰ সপোন ৰেখাৰে
ছবিখনি আঁকা
উৰুঙা পজাত বহি উৰুকাৰ নিশা ।

কোৱাচোন শুনো,ফুলৰ ৰেণু
উকা ফুলৰ গামোচাৰ কেনেকৈ পাতো
তুমিয়ে কোৱা
জোনবিৰিৰ ছবিটি আজি কেনেকৈ পাহৰো।

Premor Kobita Images-

Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন