বন্ধু

পাহাৰীয়া বৰষুণ আগনিশাৰ গুণগুণ
আঁঠুৱনী পানী নৰাণী ফালি
চাইছিলো খান্দি
ভেকুলীৰ ছাতি
বুৰিল বেলি
সপোন ভাগিল
প্ৰান্তৰ হেঙুলীয়া মাটি
স্বাৰ্থৰ শেষত বন্ধুত্বৰ আৰম্ভণি ...

Love poetry photos-



Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন