শব্দৰ বিহু

ওঁঠত ফুলিল হাঁহিৰ কপৌ

দেখিলো পাৰত নৈৰ নাৱত

ঢেঁকীৰ চাপত ঢোলৰ চেৱত

মাকো আঁৰত জাপিৰ পাতত

কুলিৰ ভাজত গামোচা মাতত

মুগা গীতত বিহুৰ সাজত ।

Love poems-



Comments

Popular posts from this blog

অতীতৰ স্মৃতি

ৰামধেনু

যুগজিতা বান্ধোন