ঠিকনা

গহীন আন্ধাৰ নিশা বাঁহীৰ সুৰ শুনি চঞ্চল মন ভাঁহি উৰি গল কেনিবাদি পাৰ হৈ গভীৰ অৰণ্য । তেজৰঙা জবাপাহী দুবৰীত সৰি পৰি মোলান হাঁহি মাৰি গুচি গল কেনিবাদি তোমাৰেই ঠিকনা বিচাৰি । Love Poems -
Premor Kobita (প্ৰেমৰ কবিতা) ৱেবচাইটৰ যোগেদি আজিৰ এই জটিল প্ৰেক্ষাপটত অসমীয়াৰ স্বাভিমান,কৃষ্টি-সংস্কৃতি, মাতৃভাষা,সাহিত্য আদিক সুস্থ ৰূপত জীয়াই ৰাখিবলৈ এটি সৰু প্রয়াস কৰা হৈছে । ইয়াত অসমীয়া ভাষাত লিখিত যথেষ্টখিনি সুন্দৰ ৰোমাণ্টিক কবিতা আৰু হৃদয়স্পৰ্শী চিঠিৰ স্তৱক উপলব্ধ।